অহা ৬ অক্টোবৰত অনুষ্ঠিত হবলগীয়া নগাঁও লোকসভা উপ নিৰ্বাচনৰ বাবে প্ৰচাৰৰ বাবে আজি ৰূপহী সমষ্টিৰ অন্তৰ্গত জুৰীয়াৰ অন্তৰ্গত তেলীয়া বেবেজীয়া পঞ্চায়তত গৈ উপস্থিত হওঁ । তাত ৰাইজক উদ্দেশ্যি আমি সম্বোধন কৰো । আমাৰ সৈতে উপস্থিত থাকে জিলা বিজেপিৰ সম্পাদক তুমন চৰকাৰ ডাঙৰীয়া, জিলা বিজেপিৰ সম্পাদিকা,জুৰীয়া মণ্ডলৰ প্ৰভাৰী মনীষা ভূঞা ডাঙৰীয়ানী, জিলা বিজেপিৰ অবিচি মৰ্চাৰ উপ সভাপতি ঋতুৰাজ বৰা , মণ্ডলৰ সাধাৰণ সম্পাদক দীপক শইকীয়া , ৰাজ্যিক কাউন্সিল সদস্য মুৰুলী কাকতি অবিচি মৰ্চাৰ সভাপতি বিতু নাথ প্ৰাক্তন মণ্ডলৰ সভাপতি মহেন্দ্ৰ বৰা বুথৰ সভাপতি দীন বৰা আৰু অন্যান্য নেতা কৰ্মী সকল উপস্থিত থাকে ।
ৰাইজৰ সঁহাৰি দেখি আমি আপ্লুত,১০ গৰাকীকৈ লোকে আজি বিজেপিত যোগদান কৰে । আমি উপলব্ধি কৰিছোঁ যে, নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা জয় নিশ্চিত ।
ভাৰত
