- আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি ভাৰতীয় জনতা পাৰ্টি, নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত গড়াজান মণ্ডলৰ উদ্যোগত আয়োজিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰোঁ।
সভাত উপস্থিত দলীয় সতীৰ্থসকলৰ সৈতে আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি আৰু সাংগঠনিক দিশসমূহ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰোঁ।
লগতে, দলীয় কাৰ্যকৰ্তাসকলক ঐক্যবদ্ধভাৱে আগবাঢ়ি জনসাধাৰণৰ সৈতে সুদৃঢ় সম্পৰ্ক স্থাপনৰ বাবে আহ্বান জনাইছোঁ।
📍
