আজি কামপুৰ তথা নগাঁওস্থিত মোৰ বাসগৃহত বিভিন্ন সমস্যা, অভাৱ-অভিযোগ আৰু সমাগত নিৰ্বাচন সম্পৰ্কীয় বিষয়ত আলোচনা কৰিবলৈ সাক্ষাৎ কৰিবলৈ অহা বহু কেইগৰাকী ৰাইজৰ সৈতে মত-বিনিময় কৰোঁ।
সাক্ষাৎকালত প্ৰতিগৰাকী ৰাইজৰ কথা আন্তৰিকতাৰে শুনি, তেওঁলোকৰ সমস্যাসমূহৰ যথাযথ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ লগতে সাধ্যানুসাৰে সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰোঁ।
