মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা  উপস্থিতিত নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ আজি দ্বিতীয়টো দিন :

  •  মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা  উপস্থিতিত নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ আজি দ্বিতীয়টো দিন :

 

ৰাজ্যত চলি থকা অভূতপূৰ্ব বিকাশ আৰু পৰিৱৰ্তনৰ যাত্ৰাত নগাঁৱকো অগ্ৰাধিকাৰ দিয়াৰ লক্ষ্যৰে ৰাইজ আজিও ওলাই আহিছে একেই উৎসাহেৰে। আমাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা সমৰ্থনত নগাঁৱৰ ৰাইডঙীয়া বৰিবজাৰ খেলপথাৰত আয়োজিত বিশাল জনসভাত উপস্থিত থাকি হাজাৰ হাজাৰ ৰাইজে অভূতপূৰ্ব উছাহ আৰু আন্তৰিক সঁহাৰিৰে সুস্পষ্ট কৰিলে বাৰ্তা – নগাঁও লোকসভাৰ ৰাইজো এতিয়া উন্নয়ন আৰু সুস্থিৰ প্ৰশাসনৰ অংশীদাৰ হ’বলৈ সাজু। 

 

আটাইলৈ আন্তৰিক কৃতজ্ঞত

Leave a Reply

BP NEWS Live
Logo Monday, 5 October 2026
Login / Register