আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত চামগুৰি মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰী Ariful Kalamবাসগৃহত এখনি গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়।

📍আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত চামগুৰি মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰী Ariful Kalamবাসগৃহত এখনি গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়।

উক্ত সাংগঠনিক সভাত উপস্থিত থাকে বৰমপুৰ বিধানসভা সমষ্টিৰ  বিধায়ক  Jitu Goswam চামগুৰি সমষ্টিৰ সন্মানীয় ইন-চাৰ্জ  লগতে দলৰ বিভিন্ন পদবীত অধিষ্ঠিত সন্মানীয় বিষয়ববীয়া, জ্যেষ্ঠ কাৰ্যকৰ্তা আৰু দলীয় সতীৰ্থসকল।

সভাত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা, আগন্তুক দিনৰ কাৰ্যসূচী আৰু বিভিন্ন সাংগঠনিক বিষয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

 

Leave a Reply

BP NEWS Live
Logo Thursday, 24 September 2026
Login / Register