ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীয়ে সৃষ্টি কৰা ভয়াবহ পৰি মাজতে বানাক্ৰান্ত লোকৰ সহায়ৰ বাবে কচুৱা আদিম সমাজ আজি শিৱসাগৰ জিলালৈ সাহায্য সামগ্ৰীসহ যাত্ৰা আৰম্ভ কৰিছে।
নগাঁও জিলা আলিম সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সংগ্ৰহ কৰা খাদ্য সামগ্ৰী, খোৱা পানী, ঔষধ, কাপোৰ আৰু অন্যান্য নিত্য প্ৰয়োজনীয় সামগ্ৰীৰে এখন ত্ৰাণবাহী গাড়ী আজি পুৱা আজি পৰা শিৱসাগৰ উদ্দেশ্যে ৰাওনা হয়।
