আজি নিজ-ধিং ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত কৰ্মী সভা মৈৰাধ্বজত অনুষ্ঠিত হয়। ব্লক সভাপতি মোজ্জামিল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ধিং সমষ্টিৰ প্ৰদেশ কংগ্ৰেছৰ অন্যতম তত্বাবধায়ক সৃজনগ্ৰামৰ বিধায়ক মাননীয় নুৰল ইছলাম , জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰূপালী শইকীয়া ,জিলা পৰিষদৰ সদস্য মতিউৰ ৰহমান আৰু বাবুল আলি , নিজ- ধিং আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী তাছলিমা আখতাৰা সহ পঞ্চায়ত প্ৰতিনিধি সকল, সমষ্টি যুব কংগ্ৰছৰ সভাপতি এমদাদুল ইছলাম , নজমুল হক , মণ্ডল কংগ্ৰেছ আৰু বুথ কমিতিৰ সভাপতি সহ বিষয়-ববীয়া সকলৰ সৈতে উপষ্ঠিত থাকো।
আজি নিজ-ধিং ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত কৰ্মী সভা মৈৰাধ্বজত অনুষ্ঠিত হয়।
