আজি ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া  সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা হৈ ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘুলীত এখন বিশাল নিৰ্বাচনী

  • আজি ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া  সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা হৈ ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘুলীত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত সম্বোধন কৰে।

অঞ্চলটোৰ ৰাইজৰ বিজেপিৰ প্ৰতি দেখুওৱা ব্যাপক সঁহাৰি আৰু উৎসাহে নিশ্চিত কৰিছে এইবাৰ নগাঁও লোকসভা উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে নিশ্চিতভাৱে জয়লাভ কৰিব।

 

আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাখনত মাননীয় ৰাজ্যিক সভাপতি  সহিতে বিধায়ক তথা ৰাজ্যিক সাধাৰণ সম্পাদক শদীপ্লুৰঞ্জন শৰ্মা  ৰাজ্যিক সম্পাদক শ্ৰীযুত অভিজিত নাথ আৰু অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি সুৰেশ বৰা  উপস্থিত থাকে।

 

#

Leave a Reply

BP NEWS Live
Logo Thursday, 24 September 2026
Login / Register