- নগাঁও লোকসভা সমষ্টিত এইবাৰ পদুম ফুলিবই, এই আলোকচিত্র তাৰেই স্পষ্ট প্ৰতিফল
আগন্তুক উপ-নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি ঝাৰগাঁও আৰু বুৰাবুৰি বজাৰত আয়োজিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ ৰাইজৰ পাৰভঙা উৎসাহ-উদ্দীপনা দেখি অভিভূত হ’লোঁ। ৰাইজৰ এই অকুণ্ঠ আদৰ আৰু সমৰ্থনে ভাৰতীয় জনতা পার্টিৰ বিজয়ৰ ছবি পৰিস্ফূৰ্ত কৰিছে🪷
আমাৰ প্ৰতি জনোৱা এনে অভূতপূর্ব সঁহাৰিৰ বাবে সকলোলৈ কৃতজ্ঞতা নিবেদিছো
