আজি ম’হখুলী চাৰিআলিত আয়োজিত এখনি সভাত অংশগ্রহণ কৰি ৰাইজক উন্নয়নৰ স্বাৰ্থত আগন্তুক উপ-নিৰ্বাচনত ভাৰতীয় জনতা পার্টিক আশীৰ্বাদ দিবলৈ আহ্বান জনাওঁ। 

ৰাইজৰ বিপুল সঁহাৰি আৰু উৎসাহ-উদ্দীপনাই আমাৰ মনোবল দুগুণ বৃদ্ধি কৰিছে✌

আজি ম’হখুলী চাৰিআলিত আয়োজিত এখনি সভাত অংশগ্রহণ কৰি ৰাইজক উন্নয়নৰ স্বাৰ্থত আগন্তুক উপ-নিৰ্বাচনত ভাৰতীয় জনতা পার্টিক আশীৰ্বাদ দিবলৈ আহ্বান জনাওঁ। 

ইয়াৰ পাছত হয়বৰগাঁও মণ্ডলৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়টিৰ শুভ উদ্বোধন কৰোঁ। 

আমাৰ সৈতে কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু সন্মানীয় বিধায়ক শ্ৰী ৰূপক শৰ্মা  প্ৰমুখ্য কৰি দলীয় কাৰ্যকৰ্তা তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

দিন-ৰাতি একাকাৰ কৰি আমাৰ প্ৰতি জনোৱা এনে অভূতপূর্ব সঁহাৰিৰ বাবে সকলোলৈ কৃতজ্ঞতা জনাইছোঁ

📍নগাঁও লোকসভা সমষ্টি

#

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register