সমাগত ৯ নং নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও বটদ্ৰৱা সমষ্টিৰ ভোটাই পাথৰি মণ্ডলৰ ভোটাইআটি ৰাজহুৱা খেলপথাৰত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী দেৱাশিষ শৰ্মা

  • আজি সন্ধিয়া ৭বজাত চাপৰমুখ গৰুবাট মণ্ডলৰ অন্তৰ্গত মাধৱ পাৰা পঞ্চায়তৰ ৮৩ নঃ বুথত চোতাল বৈঠক অনুষ্ঠিত কৰা হয়।। উক্ত সভাত কংগ্ৰেছ দল ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টী দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় ৬০জন ব্যক্তিয়ে আমাৰ দলত যোগদান কৰে।।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register