নগাঁও লোকসভা সমষ্টিৰ সৰ্বাংগীণ উন্নয়নেই আমাৰ পণ ✌️🪷
আজি ভকতগাঁও আৰু হেৰাপাতি গাঁও পঞ্চায়তৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি সকলোৰে মনৰ কথা শুনাৰ লগতে তেওঁলোকৰ সমস্যাৰ বুজ লওঁ।
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চলি থকা অভূতপূৰ্ব উন্নয়নমূলক কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ আৰু পৰিৱৰ্তনৰ মানসেৰে আজি বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু জ্যেষ্ঠ নাগৰিকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। দলৰ পৰিয়াললৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ 💐
ৰাইজৰ স্বতঃস্ফূর্ত অংশগ্ৰহণ আৰু আমাৰ প্ৰতি আগবঢ়োৱা ব্যাপক সঁহাৰিয়ে আগন্তুক উপ-নিৰ্বাচনত বিজেপি দলৰ বিজয় যে নিশ্চিত, সেয়া প্ৰমাণ কৰিছে।
📍 চামগুৰি বিধানসভা সমষ্টি
