বহিঃৰাজ্যত ৰে’লৰ পৰা নমাই হত্যা অসমৰ এজন লোকক

Oplus_131072

বহিঃৰাজ্যত ৰে’লৰ পৰা নমাই হত্যা অসমৰ এজন লোকক

পুত্ৰলৈ ফোন কৰি থকা অৱস্থাতে পশ্চিমবংগৰ মালদাত ৰে’লৰ পৰা নমাই

হত্যা ধেমাজিৰ ৫৭ বছৰীয়া বিদ্যাধৰ পায়েঙক

কেৰালাৰ পৰা উভতি অহা পথতে সংঘটিত এই নৃশংস হত্যকাণ্ড

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register