- আজি ৰূপহী সমষ্টিৰ বৰালীমাৰী পঞ্চায়তত মাননীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত পীয়ুষ হাজৰিকা আহি উপস্থিত হয় আৰু আগন্তুক ৬ অক্টোবৰত অনুষ্ঠিত হবলগীয়া নগাঁও লোকসভা উপ নিৰ্বাচনৰ বাবে প্ৰচাৰত অংশগ্ৰহণ কৰে ।
ৰাইজৰ বিপুল সহাঁৰিত আমি আপ্লুত হৈছোঁ ।
ৰাইজৰ বিপুল সহাঁৰিত আমি আপ্লুত হৈছোঁ ।