অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্রশংসা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে প্ৰশংসা কৰে ।

এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি যোগী আদিত্যনাথে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “ভিশ্বন”ক (Vision) কাৰ্যকৰী কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই সফলভাৱে কাম কৰি আগুৱাই লৈ গৈছে। 

তেখেতে উল্লেখ কৰে যে এখন সুৰক্ষিত আৰু বিকশিত অসম গঢ়াৰ দিশত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰন্তৰভাৱে নিষ্ঠাৰে কাম কৰি আছে।

Leave a Reply

BP NEWS Live
Logo Friday, 9 October 2026
Login / Register