ডিব্ৰুগড়ত OIL India-ত চাকৰি দিয়াৰ নামত প্ৰায় ৩০ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ। এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বৰবৰুৱাৰ বাসিন্দা পাৰ্থপ্ৰতিম বাঘলাৰীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, […]
চাহ জনগোষ্ঠীৰ গৌৰৱময় সংস্কৃতি, ঐক্য আৰু পৰম্পৰাৰ এক বৰ্ণাঢ্য উৎসৱ
চাহ জনগোষ্ঠীৰ গৌৰৱময় সংস্কৃতি, ঐতিহ্য, একতা আৰু পৰম্পৰাক উদযাপন কৰি ২৮সংখ্যক ভাদৈ কৰম সন্মিলন এক বৰ্ণাঢ্য আৰু উলহ-মালহেৰে অনুষ্ঠিত হয়। এই সন্মিলনে চাহ জনগোষ্ঠীৰ সমৃদ্ধ […]
ডিব্ৰুগড়ৰ আমোলাপট্টীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন
ডিব্ৰুগড়ৰ আমোলাপট্টীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত আহত লোকজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে […]
খোৱাঙত দশম শ্ৰেণীৰ ছাত্ৰ সন্ধানহী।
খোৱাঙৰ দিখাৰি কিনাৰৰ সৰগফলা গাঁৱৰ পৰা দশম শ্ৰেণীৰ এজন ছাত্ৰ সন্ধানহীন। যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা সুশীল কুমাৰ বৰা নামৰ ছাত্ৰজন নিৰুদ্দেশ হৈ আছে। ছাত্ৰজন নিৰুদ্দেশ […]
LPG লিকেজৰ ফলত জ্বলি ছাই বাসগৃহ, অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাকৈ ৰাইজে নিৰ্বাপণ কৰিলে জুই
নাহৰকটীয়া সমষ্টিৰ আচাবাম চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হয় এক অগ্নিকাণ্ড। জানিব পৰা মতে, বাবলু কালাৰ নামৰ লোকজনৰ বাসগৃহত জুই জ্বলাই থকা সময়তে LPG গেছ […]
POCSO গোচৰত যুগেন গড় দোষী সাব্যস্ত, ৩০ বছৰৰ কাৰাদণ্ড ডিব্ৰুগড় আদালতৰ
ডিব্ৰুগড়ৰ বিশেষ POCSO আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। POCSO গোচৰত অভিযুক্ত যুগেন গড়ক দোষী সাব্যস্ত কৰি ৩০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে। ডিব্ৰুগড় আৰক্ষীৰ পৰা […]
কৰমৰ ৰঙত ৰঙীন চাবুৱা, ঐতিহ্য-সংস্কৃতিৰ মিলনভূমি কেন্দ্ৰীয় কৰম সন্মিলন
চাবুৱাত উলহ-মালহেৰে অনুষ্ঠিত হ’ল কেন্দ্ৰীয় কৰম সন্মিলন। পৰম্পৰা, সংস্কৃতি আৰু ঐক্যৰ বাণীৰে মুখৰিত হৈ পৰিল সন্মিলনস্থলী। কৰম পূজাৰ পৰম্পৰা আৰু লোকসংস্কৃতিক নতুন প্ৰজন্মৰ মাজত জীয়াই […]
ডিব্ৰুগড়ত বিজেপিৰ বুথ সভাপতি ৰূপা মাল্লীক আক্ৰমণৰ অভিযোগ; বৈঠকক কেন্দ্ৰ কৰি সংঘাত
ডিব্ৰুগড়ত বিজেপিৰ বুথ সভাপতি ৰূপা মাল্লীক আক্ৰমণৰ অভিযোগ; বৈঠকক কেন্দ্ৰ কৰি সংঘাত ডিব্ৰুগড়: ডিব্ৰুগড়ৰ মাৰোৱাৰী পট্টী ডাইক অঞ্চলৰ সমীপত বিজেপিৰ বুথ নং ৩৯ৰ সভাপতি […]
সময়মতে বোনাছ লাভ কৰিব চাহ শ্ৰমিকেঃ ডিব্ৰুগড়ত প্ৰশাসন-চাহ বাগিচা কৰ্তৃপক্ষৰ বৈঠক
মঙলবাৰে ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত চাহ বাগিচাৰ শ্ৰমিকসকলক বোনাছ প্ৰদান আৰু বোনাছৰ ধন সময়মতে বিতৰণ নিশ্চিত কৰাৰ বিভিন্ন দিশক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত […]
নলীয়াপুল বজাৰত আৱৰ্জনা ব্যৱস্থাপনাৰ সজাগতা অধিৱেশন, অংশ ল’লে ২০ দোকানীয়ে
ডিব্ৰুগড় পৌৰ নিগমে Shrishti আৰু Pourosakhi-ৰ সহযোগত ৭ ছেপ্টেম্বৰত ১৮ নং ৱাৰ্ডৰ নলীয়াপুল বজাৰত আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত এখন IPC (Interpersonal Communication) অধিৱেশন অনুষ্ঠিত কৰে। এই […]
