লাহোৱাল আলিমূৰত ভয়ংকৰ পথ দুৰ্ঘটনা, গাড়ী-স্কুটীৰ সংঘৰ্ষত এজন আহত

ডিব্ৰুগড়ৰ লাহোৱাল আলিমূৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। এখন গাড়ী আৰু এখন স্কুটীৰ মাজত হোৱা সংঘৰ্ষত এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ […]

ডিব্ৰুগড়ৰ পৰা তাইৱানলৈ সুৰৰ যাত্ৰা, Neuwaan Caravan-এ প্ৰতিনিধিত্ব কৰিব ভাৰতক

ডিব্ৰুগড়ৰ বাবে গৌৰৱৰ খবৰ। ডিব্ৰুগড়ৰ সন্তান, সংগীতশিল্পী, সুৰকাৰ আৰু মিউজিক ডাইৰেক্টৰ ভাস্কৰ জ্যোতি কোঁৱৰ, যিগৰাকী ‘Neuwaan’ নামেৰে জনপ্ৰিয়, এইবাৰ তাইৱানত অনুষ্ঠিত হ’বলগীয়া Asia Pacific Traditional […]

বগীবিল ব্ৰীজৰ টোলগেটৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা, বাইকৰ ওপৰত বাগৰি পৰিল পিকআপ ভান

বগীবিল ব্ৰীজৰ টোলগেটৰ সমীপত আজি সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে। প্ৰাপ্ত দৃশ্য অনুসৰি, এখন পিকআপ ভান নিয়ন্ত্ৰণহীনভাৱে […]

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অৱসৰপ্ৰাপ্ত বিষয়াক সম্বৰ্ধনা, L.N.B. লাইব্ৰেৰীলৈ ১৪খন শিক্ষামূলক Scrapbook দান

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ L.N.B. লাইব্ৰেৰীলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে অৱসৰপ্ৰাপ্ত Deputy Director গুৰুনাম সিং ‘দীপক’ক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। গুৰুনাম সিং ‘দীপক’ ডিব্ৰুগড়ৰ Directorate […]

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত পুনৰ তীব্ৰতৰ হৈছে ড্ৰাগছবিৰোধী অভিযান। ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক অভিযানত আৰক্ষীয়ে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক সোধা-পোছাৰ অন্তত পৰৱৰ্তী আইনী […]

বৈচিত্ৰ্যময় জৈৱবৈভৱৰ মাজত বিজ্ঞানীৰ নতুন আৱিষ্কাৰ

অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বিজ্ঞানীসকলে এটা নতুন প্ৰজাতিৰ পৰজীৱী বোলতা আৱিষ্কাৰ কৰিছে। নতুনকৈ চিনাক্ত কৰা এই প্ৰজাতিটোৰ নাম দিয়া হৈছে “Oxyserphus narendrani”। এই নতুন প্ৰজাতিটোক […]

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘সেৱা সংকল্প অভিযান’ৰ অধীনত বক্তৃতা প্ৰতিযোগিতা

২৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত ‘সেৱা সংকল্প অভিযান’ৰ অধীনত এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন স্নাতক (UG) আৰু স্নাতকোত্তৰ (PG)—দুটা শাখাত অনুষ্ঠিত […]

বগীবিলত উপস্থিত ২৭টা ISO টেংক কঢ়িওৱা জাহাজ

অসমত আভ্যন্তৰীণ জলপথেৰে সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত সংযোজিত হৈছে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। গুৱাহাটীৰ পৰা ২৭টা ISO টেংক কঢ়িয়াই এখন জাহাজ বগীবিলত উপস্থিত হৈছে। এই জাহাজখনত […]

উলফা (স্বা.)-ত যোগদানৰ অভিযোগত ডিব্ৰুগড়ৰ এজন যুৱকক গ্ৰেপ্তাৰ।

উলফা (স্বা.)-ত যোগদানৰ অভিযোগত ডিব্ৰুগড়ৰ এজন যুৱকক গ্ৰেপ্তাৰ। চৰাইদেউ আৰক্ষীৰ অভিযানত নগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ডিব্ৰুগড়ৰ যুৱক শ্যামল দানহক। আৰক্ষীৰ অভিযোগ অনুসৰি, যুৱকজনে নিষিদ্ধ […]

🔥 ডিব্ৰুগড়ৰ উদয়পুৰত দোকানত ভয়ংকৰ অগ্নিকাণ্ড

ডিব্ৰুগড়ৰ উদয়পুৰত বৃহস্পতিবাৰে সন্ধিয়া এখন দোকানত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। দোকানখনত জুইৰ লেলিহান শিখা দেখা পোৱাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ […]

BP NEWS Live
Logo Wednesday, 30 September 2026
Login / Register