এক শৰণ হৰি নাম ধৰ্ম সমাজৰ প্ৰাক্তন পৰিচালক উপদেষ্টা অনন্ত দত্তৰ দেহাৱসান। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে অনন্ত […]
আমষ্টাৰডামত বিশ্ব মঞ্চত ডিব্ৰুগড়ৰ অংকুৰ বৰকাকটি, ভাৰতক প্ৰতিনিধিত্ব কৰি Patient Safetyক লৈ বক্তব্য
ডিব্ৰুগড়ৰ বাবে পুনৰ এক গৌৰৱৰ খবৰ। বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিলে ডিব্ৰুগড়ৰ সন্তান অংকুৰ বৰকাকটিয়ে। Novartis-ৰ Head of Safety Case Processing হিচাপে কৰ্মৰত অংকুৰ বৰকাকটিয়ে […]
মৰাণত টাইপাৰ হুংকাৰ: ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী, বানাক্ৰান্তৰ বাবে ৫ হাজাৰ কোটিৰ পেকেজ বিচাৰিলে দিগন্ত তামূলীয়ে
মৰাণ: টাইপাৰ মৰাণ মহকুমা সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ পাছতে কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামূলীয়ে মৰাণত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন […]
চাবুৱা খাঁজিখোৱা বাইপাছত চাহ শ্ৰমিকৰ পথ অৱৰোধ, বিভিন্ন দাবীক লৈ প্ৰতিবাদ
চাবুৱা খাঁজিখোৱা বাইপাছত চাহ শ্ৰমিকৰ পথ অৱৰোধ। বিভিন্ন বঞ্চনা, প্ৰাথমিক সা-সুবিধাৰ অভাৱ আৰু দীৰ্ঘদিনীয়া সমস্যাৰ শীঘ্ৰ সমাধানৰ দাবীত চাহ শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰশাসন তথা […]
ডিব্ৰুগড় বিমানবন্দৰত ৬ মিনিটৰ ভিতৰত Pick-up & Drop-off সম্পূৰ্ণ কৰিলে নালাগে কোনো পাৰ্কিং মাচুল!
ডিব্ৰুগড় বিমানবন্দৰলৈ অহা-যোৱা কৰা যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৬ মিনিটৰ ভিতৰত যাত্ৰী উঠোৱা-নমোৱা সম্পূৰ্ণ কৰিলে কোনো ধৰণৰ পাৰ্কিং মাচুল দিব নালাগে। […]
‘পনীৰ’ নাম ব্যৱহাৰ কৰি বিক্ৰী আৰু বিপণন কৰা দুগ্ধজাত নোহোৱা সামগ্ৰীৰ ক্ষেত্ৰত কঠোৰ হ’ব পাৰে খাদ্য সুৰক্ষা কৰ্তৃপক্ষ। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণ, অৰ্থাৎ FSSAI-য়ে ‘পনীৰ’ নাম ব্যৱহাৰৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে। ২৪ ছেপ্টেম্বৰত এই সন্দৰ্ভত Food Safety and Standards (Prohibition and Restrictions on Sales) Amendment Regulations, 2026-ৰ খচৰা অধিসূচনা জাৰি কৰা হৈছে। প্ৰস্তাৱিত নিয়ম অনুসৰি, দুগ্ধৰ পৰা আহৰণ নকৰা উপাদানেৰে প্ৰস্তুত কৰা আৰু বৰ্তমান ‘Analogue in Dairy Context’ শ্ৰেণীৰ অধীনত লাইচেন্স বা পঞ্জীয়নভুক্ত সামগ্ৰীয়ে নিজৰ নাম, লেবেল আৰু বিপণনত ‘Paneer’ বা ‘পনীৰ’ শব্দটো ব্যৱহাৰ কৰিব নোৱাৰিব। FSSAIৰ এই প্ৰস্তাৱৰ মূল উদ্দেশ্য হৈছে গ্ৰাহকক সামগ্ৰীবিধৰ প্ৰকৃত স্বৰূপ সম্পৰ্কে স্পষ্ট তথ্য প্ৰদান কৰা, যাতে দুগ্ধজাত পনীৰ আৰু দুগ্ধৰ বিকল্প সামগ্ৰীৰ মাজত বিভ্ৰান্তি সৃষ্টি নহয়। দুগ্ধৰ বিকল্প সামগ্ৰী অৰ্থাৎ dairy analogue-ক লৈ FSSAI-য়ে ইয়াৰ পূৰ্বেও পৰামৰ্শ গ্ৰহণ কৰিছিল। এনে সামগ্ৰী দুগ্ধজাত সামগ্ৰী হিচাপে বিক্ৰী বা ব্যৱহাৰ কৰাৰ বিষয়টো লৈও উদ্বেগ প্ৰকাশ কৰা হৈছিল। অৱশ্যে, এই নিয়ম এতিয়াও চূড়ান্ত হোৱা নাই। বৰ্তমান ই কেৱল খচৰা প্ৰস্তাৱ। সংশ্লিষ্ট পক্ষসমূহৰ মতামত আৰু নিৰ্ধাৰিত নিয়মীয়া প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
‘পনীৰ’ নাম ব্যৱহাৰ কৰি বিক্ৰী আৰু বিপণন কৰা দুগ্ধজাত নোহোৱা সামগ্ৰীৰ ক্ষেত্ৰত কঠোৰ হ’ব পাৰে খাদ্য সুৰক্ষা কৰ্তৃপক্ষ। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণ, অৰ্থাৎ […]
নাহৰকটীয়া-নিগাম পথৰ মাজত ৰহস্যজনকভাৱে উদ্ধাৰ বিলাসী GRAND VITARA, ভিতৰত আৱদ্ধ দুজনী গাই গৰু
নাহৰকটীয়া-নিগাম পথৰ দিঘলাপথাৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পথৰ একেবাৰে মাজভাগত গৰাকীবিহীন অৱস্থাত উদ্ধাৰ হৈছে এখন বিলাসী বাহন। AS06Y-2011 নম্বৰৰ GRAND VITARA বাহনখন পথৰ […]
দিনজয় চাহ বাগিচাত RHRC চাবুৱাৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ, উপকৃত বহু লোক
চাবুৱাৰ দিনজয় চাহ বাগিচাত অনুষ্ঠিত হয় এক বিনামূলীয়া চিকিৎসা শিবিৰ। RHRC চাবুৱাৰ উদ্যোগত আয়োজন কৰা এই চিকিৎসা শিবিৰৰ জৰিয়তে বাগিচা অঞ্চলটোৰ বহু লোকক বিনামূলীয়াকৈ স্বাস্থ্য […]
ডিব্ৰুগড়ত চাহ উদ্যোগৰ বাবে ঐতিহাসিক দিন, আনুষ্ঠানিকভাৱে শুভাৰম্ভ ‘চাহ বজাৰ’
ডিব্ৰুগড়ত চাহ উদ্যোগৰ বাবে শুকুৰবাৰৰ দিনটো হৈ পৰিল এক বিশেষ দিন। দীৰ্ঘদিন ধৰি চাহ উদ্যোগপতিসকলে কৰি অহা দাবীৰ পৰিপ্ৰেক্ষিতত অৱশেষত ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ’ল […]
নদীপথৰ সুৰক্ষাত নতুন সংযোজন, বগীবিলত প্ৰস্তাৱিত Riverine Lighthouseৰ স্থান পৰিদৰ্শন
বগীবিলত প্ৰস্তাৱিত Riverine Lighthouse নিৰ্মাণৰ স্থানৰ মূল্যায়নৰ উদ্দেশ্যে আজি এক যুটীয়া স্থান পৰিদৰ্শন অনুষ্ঠিত হয়। এই পৰিদৰ্শনত Inland Waterways Authority of India (IWAI), **Directorate […]
