নাহৰকটীয়াত বনৰীয়া হাতীৰ তাণ্ডৱ

হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু, নামচাং পুবেৰুন গাঁৱত শোকৰ ছাঁ নাহৰকটীয়াত পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে। বনৰীয়া হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু হোৱা […]

ডিব্ৰুগড়ৰ মুৰুলীধৰ জালান বাছ আস্থানত লীজধাৰীৰ বিৰুদ্ধে EBOAৰ অভিযোগ

ডিব্ৰুগড়ৰ মুৰুলীধৰ জালান বাছ আস্থানৰ ব্যৱস্থাপনাক লৈ লীজধাৰীৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে Esteem Bus Owners’ Association (EBOA)-এ। EBOAৰ অভিযোগ অনুসৰি, কোনো আগতীয়া জাননী […]

বিশেষভাৱে সক্ষম শিল্পীৰ মনোমোহা সংগীতে জীপাল অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ!

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ‘মিউজিক এবিলিটি ৪.০’ শীৰ্ষক এক বিশেষ সংগীতানুষ্ঠান। সংগীতৰ জৰিয়তে বিশেষভাৱে সক্ষম শিল্পীসকলৰ প্ৰতিভা আৰু সৃষ্টিশীলতাক এখন মঞ্চ প্ৰদান […]

দুলীয়াজানত অসম সাহিত্য সভাৰ ৭৮সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি

অসম সাহিত্য সভাৰ ৭৮সংখ্যক দ্বি-বাৰ্ষিক দুলীয়াজান অধিৱেশন সৰ্বাংগসুন্দৰ আৰু স্মৰণীয় কৰি তোলাৰ লক্ষ্যৰে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে আদৰণি সমিতিয়ে। অধিৱেশনৰ প্ৰস্তুতি, বিভিন্ন কাৰ্যসূচীৰ ৰূপৰেখা আৰু […]

ডিব্ৰুগড়ত পঞ্চম বাৰ্ষিক নুৱা খাই ভেটঘাট অনুষ্ঠান

ডিব্ৰুগড় বকপাৰা ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে পঞ্চম বাৰ্ষিক নুৱা খাই ভেটঘাট অনুষ্ঠান। আজি অনুষ্ঠানখনৰ প্ৰথমটো কাৰ্যসূচী হিচাপে এক বৰ্ণাঢ্য জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। […]

দিশে গৈছে যুৱ সমাজ? ডিব্ৰুগড়ৰ নালিয়াপুলত যুৱকৰ উদ্ভণ্ডালি..

ডিব্ৰুগড়ৰ নালিয়াপুলত নিশা যুৱকৰ উদ্ভণ্ডালি, সৃষ্টি উত্তেজনাময় পৰিস্থিতিৰ ডিব্ৰুগড়ৰ নালিয়াপুলত নিশা একাংশ যুৱকৰ উদ্ভণ্ডালিক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিশাৰ সময়ত ৰাজপথত একাংশ যুৱকৰ আচৰণক লৈ […]

চাবুৱাৰ মৰিছা গাঁৱত ড্ৰাগছবিৰোধী অভিযান

চাবুৱাৰ মৰিছা গাঁৱত ড্ৰাগছ সেৱনৰ অভিযোগত এজন যুৱকক আটক কৰে স্থানীয় ৰাইজে। যুৱকজনৰ আচৰণ সন্দেহজনক বুলি অনুমান কৰি ৰাইজে তেওঁক আটক কৰি পাছত আৰক্ষীক গতাই […]

DHSK মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প স্থাপন!

জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ উদ্যোগত ডিম্বেশ্বৰ চলিহা বয়জ’ হোষ্টেলত নতুন সুবিধা ডিব্ৰুগড়, ২৬ ছেপ্টেম্বৰ: ডিব্ৰুগড়ৰ DHSK মহাবিদ্যালয়ৰ ডিম্বেশ্বৰ চলিহা বয়জ’ হোষ্টেলত জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ […]

মৰাণৰ চেপন-চকলীয়াত ‘ভূতৰ আতংক’!

নিশা হ’লেই অস্বাভাৱিক ঘটনাত দিশহাৰা এটা পৰিয়াল — ভূত নে আন কিবা? মৰাণৰ চেপন-চকলীয়া অঞ্চলত এটা পৰিয়ালক কেন্দ্ৰ কৰি ৰহস্যজনক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালটোৰ […]

ডিব্ৰুগড়ৰ খলিহামাৰীত বৈদ্যুতিক সামগ্ৰীৰ দোকানত চুৰিকাণ্ড

ডিব্ৰুগড়ৰ খলিহামাৰীৰ নন্দন ইলেক্ট্ৰিকেলছত সংঘটিত হৈছে এক চুৰিকাণ্ড। অভিযোগ অনুসৰি, ২৬ ছেপ্টেম্বৰৰ নিশা অজ্ঞাত দুৰ্বৃত্তই প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰি বৃহৎ পৰিমাণৰ মূল্যৱান বৈদ্যুতিক সামগ্ৰী লৈ উধাও […]

BP NEWS Live
Logo Tuesday, 20 October 2026
Login / Register