২৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত ‘সেৱা সংকল্প অভিযান’ৰ অধীনত এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন স্নাতক (UG) আৰু স্নাতকোত্তৰ (PG)—দুটা শাখাত অনুষ্ঠিত […]
বগীবিলত উপস্থিত ২৭টা ISO টেংক কঢ়িওৱা জাহাজ
অসমত আভ্যন্তৰীণ জলপথেৰে সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত সংযোজিত হৈছে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। গুৱাহাটীৰ পৰা ২৭টা ISO টেংক কঢ়িয়াই এখন জাহাজ বগীবিলত উপস্থিত হৈছে। এই জাহাজখনত […]
উলফা (স্বা.)-ত যোগদানৰ অভিযোগত ডিব্ৰুগড়ৰ এজন যুৱকক গ্ৰেপ্তাৰ।
উলফা (স্বা.)-ত যোগদানৰ অভিযোগত ডিব্ৰুগড়ৰ এজন যুৱকক গ্ৰেপ্তাৰ। চৰাইদেউ আৰক্ষীৰ অভিযানত নগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ডিব্ৰুগড়ৰ যুৱক শ্যামল দানহক। আৰক্ষীৰ অভিযোগ অনুসৰি, যুৱকজনে নিষিদ্ধ […]
🔥 ডিব্ৰুগড়ৰ উদয়পুৰত দোকানত ভয়ংকৰ অগ্নিকাণ্ড
ডিব্ৰুগড়ৰ উদয়পুৰত বৃহস্পতিবাৰে সন্ধিয়া এখন দোকানত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। দোকানখনত জুইৰ লেলিহান শিখা দেখা পোৱাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ […]
OIL India-ত চাকৰি দিয়াৰ নামত ৩০ লাখ টকাৰ জালিয়াতিৰ অভিযোগ, ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য
ডিব্ৰুগড়ত OIL India-ত চাকৰি দিয়াৰ নামত প্ৰায় ৩০ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ। এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বৰবৰুৱাৰ বাসিন্দা পাৰ্থপ্ৰতিম বাঘলাৰীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, […]
চাহ জনগোষ্ঠীৰ গৌৰৱময় সংস্কৃতি, ঐক্য আৰু পৰম্পৰাৰ এক বৰ্ণাঢ্য উৎসৱ
চাহ জনগোষ্ঠীৰ গৌৰৱময় সংস্কৃতি, ঐতিহ্য, একতা আৰু পৰম্পৰাক উদযাপন কৰি ২৮সংখ্যক ভাদৈ কৰম সন্মিলন এক বৰ্ণাঢ্য আৰু উলহ-মালহেৰে অনুষ্ঠিত হয়। এই সন্মিলনে চাহ জনগোষ্ঠীৰ সমৃদ্ধ […]
ডিব্ৰুগড়ৰ আমোলাপট্টীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন
ডিব্ৰুগড়ৰ আমোলাপট্টীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত আহত লোকজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে […]
খোৱাঙত দশম শ্ৰেণীৰ ছাত্ৰ সন্ধানহী।
খোৱাঙৰ দিখাৰি কিনাৰৰ সৰগফলা গাঁৱৰ পৰা দশম শ্ৰেণীৰ এজন ছাত্ৰ সন্ধানহীন। যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা সুশীল কুমাৰ বৰা নামৰ ছাত্ৰজন নিৰুদ্দেশ হৈ আছে। ছাত্ৰজন নিৰুদ্দেশ […]
LPG লিকেজৰ ফলত জ্বলি ছাই বাসগৃহ, অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাকৈ ৰাইজে নিৰ্বাপণ কৰিলে জুই
নাহৰকটীয়া সমষ্টিৰ আচাবাম চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হয় এক অগ্নিকাণ্ড। জানিব পৰা মতে, বাবলু কালাৰ নামৰ লোকজনৰ বাসগৃহত জুই জ্বলাই থকা সময়তে LPG গেছ […]
POCSO গোচৰত যুগেন গড় দোষী সাব্যস্ত, ৩০ বছৰৰ কাৰাদণ্ড ডিব্ৰুগড় আদালতৰ
ডিব্ৰুগড়ৰ বিশেষ POCSO আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। POCSO গোচৰত অভিযুক্ত যুগেন গড়ক দোষী সাব্যস্ত কৰি ৩০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে। ডিব্ৰুগড় আৰক্ষীৰ পৰা […]
