কৰমৰ ৰঙত ৰঙীন চাবুৱা, ঐতিহ্য-সংস্কৃতিৰ মিলনভূমি কেন্দ্ৰীয় কৰম সন্মিলন

চাবুৱাত উলহ-মালহেৰে অনুষ্ঠিত হ’ল কেন্দ্ৰীয় কৰম সন্মিলন। পৰম্পৰা, সংস্কৃতি আৰু ঐক্যৰ বাণীৰে মুখৰিত হৈ পৰিল সন্মিলনস্থলী। কৰম পূজাৰ পৰম্পৰা আৰু লোকসংস্কৃতিক নতুন প্ৰজন্মৰ মাজত জীয়াই […]

ডিব্ৰুগড়ত বিজেপিৰ বুথ সভাপতি ৰূপা মাল্লীক আক্ৰমণৰ অভিযোগ; বৈঠকক কেন্দ্ৰ কৰি সংঘাত

ডিব্ৰুগড়ত বিজেপিৰ বুথ সভাপতি ৰূপা মাল্লীক আক্ৰমণৰ অভিযোগ; বৈঠকক কেন্দ্ৰ কৰি সংঘাত   ডিব্ৰুগড়: ডিব্ৰুগড়ৰ মাৰোৱাৰী পট্টী ডাইক অঞ্চলৰ সমীপত বিজেপিৰ বুথ নং ৩৯ৰ সভাপতি […]

সময়মতে বোনাছ লাভ কৰিব চাহ শ্ৰমিকেঃ ডিব্ৰুগড়ত প্ৰশাসন-চাহ বাগিচা কৰ্তৃপক্ষৰ বৈঠক

মঙলবাৰে ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত চাহ বাগিচাৰ শ্ৰমিকসকলক বোনাছ প্ৰদান আৰু বোনাছৰ ধন সময়মতে বিতৰণ নিশ্চিত কৰাৰ বিভিন্ন দিশক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত […]

নলীয়াপুল বজাৰত আৱৰ্জনা ব্যৱস্থাপনাৰ সজাগতা অধিৱেশন, অংশ ল’লে ২০ দোকানীয়ে

ডিব্ৰুগড় পৌৰ নিগমে Shrishti আৰু Pourosakhi-ৰ সহযোগত ৭ ছেপ্টেম্বৰত ১৮ নং ৱাৰ্ডৰ নলীয়াপুল বজাৰত আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত এখন IPC (Interpersonal Communication) অধিৱেশন অনুষ্ঠিত কৰে। এই […]

ডিব্ৰুগড়ত নতুন বিধানসভা কমপ্লেক্স নিৰ্মাণৰ মূল কাম কাইলৈৰ পৰা আৰম্ভ

অসম বিধানসভা কমপ্লেক্স, ডিব্ৰুগড় অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি দিছপুৰস্থিত অসম বিধানসভা অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত ডিব্ৰুগড়ত নতুন অসম বিধানসভা কমপ্লেক্স আৰু বিধায়কসকলৰ […]

লেংদনক লৈ বিতৰ্ক: ইতিহাস আৰু ঐতিহ্যৰ প্ৰতি সন্মানৰ আহ্বান টাই আহোম ছাত্ৰ সন্থাৰ

ডিব্ৰুগড়ৰ লেংদন বিতৰ্কক লৈ টাই আহোম ছাত্ৰ সন্থাৰ মন্তব্য ডিব্ৰুগড়ত লেংদনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই পুনৰ চৰ্চা লাভ কৰিছে। এই বিতৰ্কক লৈ এইবাৰ মুখ […]

ডিব্ৰুগড়ত শ্ৰীৰাম ফাইনেন্সৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, অজ্ঞাতে ৬-৭টা ঋণৰ একাউণ্ট খোলাৰ দাবী চিন্ময় গগৈৰ

#ডিব্ৰুগড় | ডিব্ৰুগড়ৰ মিলন নগৰস্থিত শ্ৰীৰাম ফাইনেন্সৰ শাখাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় বাসিন্দা চিন্ময় গগৈয়ে অভিযোগ কৰা অনুসৰি, তেওঁৰ অজ্ঞাতে আৰু অনুমতি অবিহনে […]

টাইপাৰ কেন্দ্ৰীয় সমিতিত অৰ্ধশতাধিক যুৱকৰ যোগদান, ডিব্ৰুগড়ত অনুষ্ঠিত যোগদান কাৰ্যসূচী

টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ডিব্ৰুগড় বৰপথাৰ যুৱক সংঘৰ জ্যোতি-বিষ্ণু-ভূপেন্দ্ৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত টাইপা কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁ‌ৱৰ, কাৰ্যকৰি সভাপতি ৰুদ্ৰ […]

বগপৰা চাহ বাগিচাত দুদিনীয়াকৈ নুৱা-খাই পৰৱৰ আয়োজন, মাদলৰ ছন্দত মুখৰিত লাইখুঁটা পুতা অনুষ্ঠান

বগপৰা চাহ বাগিচাত দুদিনীয়াকৈ নুৱা-খাই পৰৱৰ আয়োজন মাদলৰ ছন্দ আৰু আয়তীৰ উৰুলিৰে সম্পন্ন লাইখুঁটা পুতা অনুষ্ঠান চাহ জনগোষ্ঠী সমাজৰ অন্যতম প্ৰধান কৃষিভিত্তিক উৎসৱ নুৱা-খাই পৰৱক […]

ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডিব্ৰুগড়ত ‘ঘৰে ঘৰে সম্বৰ্ধনা’, ৮ ছেপ্টেম্বৰত বন্তি প্ৰজ্জ্বলন

অসম অনুসূচিত জাতি সংযুক্ত মৰ্চা, ডিব্ৰুগড় জিলা সমিতি আৰু লুইতপৰীয়া লোক-সাংস্কৃতিক কলা কেন্দ্ৰ, ডিব্ৰুগড়ৰ যৌথ উদ্যোগত ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উপলক্ষে […]

BP NEWS Live
Logo Tuesday, 20 October 2026
Login / Register