ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডিব্ৰুগড়ত ‘ঘৰে ঘৰে সম্বৰ্ধনা’, ৮ ছেপ্টেম্বৰত বন্তি প্ৰজ্জ্বলন

অসম অনুসূচিত জাতি সংযুক্ত মৰ্চা, ডিব্ৰুগড় জিলা সমিতি
আৰু লুইতপৰীয়া লোক-সাংস্কৃতিক কলা কেন্দ্ৰ, ডিব্ৰুগড়ৰ যৌথ উদ্যোগত
ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ
জন্ম শতবাৰ্ষিকী উদযাপনৰ উপলক্ষে আয়োজন কৰা
কাৰ্যসূচীত ঘৰে ঘৰে সম্বৰ্দ্ধনা কাৰ্যসূচী গ্ৰ্হণ সমাজ সেৱক, শিল্পী, খেতিয়ক, বিচাৰক বিপিন বড়া আৰু উদযাপন সমিতিৰ।
০৮ ছেপ্টেম্বৰ, ২০২৬, মঙ্গলবাৰে
সন্ধ্যা ৫.০০ বজাত
চৌকিডিঙ্গী চাৰিআলি, ডিব্ৰুগড়ত
সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ শতবাৰ্ষিকী উদযাপনৰ বন্তি প্ৰজ্জলন কাৰ্যসূচী আয়োজন।
সকলো ৰাইজৰ উপস্থিতি উদ্যোক্তা মণ্ডলীয়ে কামনা কৰিছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register