টাইপাৰ কেন্দ্ৰীয় সমিতিত অৰ্ধশতাধিক যুৱকৰ যোগদান, ডিব্ৰুগড়ত অনুষ্ঠিত যোগদান কাৰ্যসূচী

টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ডিব্ৰুগড় বৰপথাৰ যুৱক সংঘৰ জ্যোতি-বিষ্ণু-ভূপেন্দ্ৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত টাইপা কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁ‌ৱৰ, কাৰ্যকৰি সভাপতি ৰুদ্ৰ বুঢ়াগোহাঁই আৰু কেইবাগৰাকী বিষয় ববীয়াৰ উপস্থিতিত প্ৰায়ে অৰ্ধশতাধিক যুৱকৰ যোগদান কাৰ্যসূচী আয়োজন।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register