আজি মোৰ নগাঁওস্থিত বাসগৃহত চামগুৰি, জুৰীয়া, ৰূপহী, আলীখঙীয়া তথা পুৰণিগুদাম মণ্ডলৰ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে সাক্ষাৎ কৰি আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচন সন্দৰ্ভত বিস্তৃতভাৱে মত-বিনিময় কৰোঁ। নিৰ্বাচনক […]
আজি ভকতগাঁও আৰু হেৰাপাতি গাঁও পঞ্চায়তৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি সকলোৰে মনৰ কথা শুনাৰ লগতে তেওঁলোকৰ সমস্যাৰ বুজ লওঁ। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব
নগাঁও লোকসভা সমষ্টিৰ সৰ্বাংগীণ উন্নয়নেই আমাৰ পণ ✌️🪷 আজি ভকতগাঁও আৰু হেৰাপাতি গাঁও পঞ্চায়তৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি সকলোৰে মনৰ কথা শুনাৰ লগতে তেওঁলোকৰ সমস্যাৰ […]
মহৎ লোকৰ বাণী
মহৎ লোকৰ বাণী অতীতৰ নিচিনাকৈ ভৱিষ্যতটোৱেও বর্তমানক প্ৰভাৱিত কৰে । ফ্রিজেডৰিখ নীতসে
জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়টত উপস্থিত আছিল অভিমন্যু তালুকদাৰ
দ্বিতীয় দিনৰ বাবে আদালতত সাক্ষ্য দিবলৈ উপস্থিত ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়টত উপস্থিত আছিল অভিমন্যু তালুকদাৰ
নয়ডাৰ যমুনা এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা
নয়ডাৰ যমুনা এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা চলি থকা অৱস্থাতে জুই লাগিল যাত্রীবাহী বাছত
শিৱসাগৰৰ বণিয়াবাৰীত হোমষ্টেৰ নামত যৌনতাৰ বেহা
শিৱসাগৰৰ বণিয়াবাৰীত হোমষ্টেৰ নামত যৌনতাৰ বেহা বণিয়াবাৰীৰ Cloud 9 হোমষ্টেত আৰক্ষীয়ে অভিযান চলাই দুজন যুৱকৰ লগতে তিনিগৰাকী কিশোৰীক উদ্ধাৰ কৰে
ডিব্ৰুগড় বিমানবন্দৰত ৬ মিনিটৰ ভিতৰত Pick-up & Drop-off সম্পূৰ্ণ কৰিলে নালাগে কোনো পাৰ্কিং মাচুল!
ডিব্ৰুগড় বিমানবন্দৰলৈ অহা-যোৱা কৰা যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৬ মিনিটৰ ভিতৰত যাত্ৰী উঠোৱা-নমোৱা সম্পূৰ্ণ কৰিলে কোনো ধৰণৰ পাৰ্কিং মাচুল দিব নালাগে। […]
গৌৰীপুৰত ৬০টা Nitrazepam টেবলেট উদ্ধাৰ
গৌৰীপুৰত ৬০টা Nitrazepam টেবলেট উদ্ধাৰ SI(P) প্রভাস কৰ্মকাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে উবেৰগাঁও অঞ্চলত অভিযান চলাই আটক এজনক
‘পনীৰ’ নাম ব্যৱহাৰ কৰি বিক্ৰী আৰু বিপণন কৰা দুগ্ধজাত নোহোৱা সামগ্ৰীৰ ক্ষেত্ৰত কঠোৰ হ’ব পাৰে খাদ্য সুৰক্ষা কৰ্তৃপক্ষ। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণ, অৰ্থাৎ FSSAI-য়ে ‘পনীৰ’ নাম ব্যৱহাৰৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে। ২৪ ছেপ্টেম্বৰত এই সন্দৰ্ভত Food Safety and Standards (Prohibition and Restrictions on Sales) Amendment Regulations, 2026-ৰ খচৰা অধিসূচনা জাৰি কৰা হৈছে। প্ৰস্তাৱিত নিয়ম অনুসৰি, দুগ্ধৰ পৰা আহৰণ নকৰা উপাদানেৰে প্ৰস্তুত কৰা আৰু বৰ্তমান ‘Analogue in Dairy Context’ শ্ৰেণীৰ অধীনত লাইচেন্স বা পঞ্জীয়নভুক্ত সামগ্ৰীয়ে নিজৰ নাম, লেবেল আৰু বিপণনত ‘Paneer’ বা ‘পনীৰ’ শব্দটো ব্যৱহাৰ কৰিব নোৱাৰিব। FSSAIৰ এই প্ৰস্তাৱৰ মূল উদ্দেশ্য হৈছে গ্ৰাহকক সামগ্ৰীবিধৰ প্ৰকৃত স্বৰূপ সম্পৰ্কে স্পষ্ট তথ্য প্ৰদান কৰা, যাতে দুগ্ধজাত পনীৰ আৰু দুগ্ধৰ বিকল্প সামগ্ৰীৰ মাজত বিভ্ৰান্তি সৃষ্টি নহয়। দুগ্ধৰ বিকল্প সামগ্ৰী অৰ্থাৎ dairy analogue-ক লৈ FSSAI-য়ে ইয়াৰ পূৰ্বেও পৰামৰ্শ গ্ৰহণ কৰিছিল। এনে সামগ্ৰী দুগ্ধজাত সামগ্ৰী হিচাপে বিক্ৰী বা ব্যৱহাৰ কৰাৰ বিষয়টো লৈও উদ্বেগ প্ৰকাশ কৰা হৈছিল। অৱশ্যে, এই নিয়ম এতিয়াও চূড়ান্ত হোৱা নাই। বৰ্তমান ই কেৱল খচৰা প্ৰস্তাৱ। সংশ্লিষ্ট পক্ষসমূহৰ মতামত আৰু নিৰ্ধাৰিত নিয়মীয়া প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
‘পনীৰ’ নাম ব্যৱহাৰ কৰি বিক্ৰী আৰু বিপণন কৰা দুগ্ধজাত নোহোৱা সামগ্ৰীৰ ক্ষেত্ৰত কঠোৰ হ’ব পাৰে খাদ্য সুৰক্ষা কৰ্তৃপক্ষ। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণ, অৰ্থাৎ […]
নাহৰকটীয়া-নিগাম পথৰ মাজত ৰহস্যজনকভাৱে উদ্ধাৰ বিলাসী GRAND VITARA, ভিতৰত আৱদ্ধ দুজনী গাই গৰু
নাহৰকটীয়া-নিগাম পথৰ দিঘলাপথাৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পথৰ একেবাৰে মাজভাগত গৰাকীবিহীন অৱস্থাত উদ্ধাৰ হৈছে এখন বিলাসী বাহন। AS06Y-2011 নম্বৰৰ GRAND VITARA বাহনখন পথৰ […]
