আজি সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ লাহৰীঘাট বিধান সভা সমষ্টিৰ […]
দিনজয় চাহ বাগিচাত RHRC চাবুৱাৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ, উপকৃত বহু লোক
চাবুৱাৰ দিনজয় চাহ বাগিচাত অনুষ্ঠিত হয় এক বিনামূলীয়া চিকিৎসা শিবিৰ। RHRC চাবুৱাৰ উদ্যোগত আয়োজন কৰা এই চিকিৎসা শিবিৰৰ জৰিয়তে বাগিচা অঞ্চলটোৰ বহু লোকক বিনামূলীয়াকৈ স্বাস্থ্য […]
ডিব্ৰুগড়ত চাহ উদ্যোগৰ বাবে ঐতিহাসিক দিন, আনুষ্ঠানিকভাৱে শুভাৰম্ভ ‘চাহ বজাৰ’
ডিব্ৰুগড়ত চাহ উদ্যোগৰ বাবে শুকুৰবাৰৰ দিনটো হৈ পৰিল এক বিশেষ দিন। দীৰ্ঘদিন ধৰি চাহ উদ্যোগপতিসকলে কৰি অহা দাবীৰ পৰিপ্ৰেক্ষিতত অৱশেষত ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ’ল […]
নদীপথৰ সুৰক্ষাত নতুন সংযোজন, বগীবিলত প্ৰস্তাৱিত Riverine Lighthouseৰ স্থান পৰিদৰ্শন
বগীবিলত প্ৰস্তাৱিত Riverine Lighthouse নিৰ্মাণৰ স্থানৰ মূল্যায়নৰ উদ্দেশ্যে আজি এক যুটীয়া স্থান পৰিদৰ্শন অনুষ্ঠিত হয়। এই পৰিদৰ্শনত Inland Waterways Authority of India (IWAI), **Directorate […]
বান সাহায্যৰ দাবীত শিৱসাগৰত অনুসূচীত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
উজনি অসমৰ তিনিখন জিলাত সংঘটিত হোৱা ভয়ংকৰ বানপানীৰ আজি প্ৰায় দুমাহ উকলি যোৱাৰ পাছতো বহু বানপীড়িত পৰিয়ালে লাভ কৰা নাই চৰকাৰৰ প্ৰথম পৰ্যায়ৰ ১৫ হাজাৰ […]
স্বাধীনতা সংগ্ৰামী লোকনাথ বৰগায়নৰ দেহাৱসান।
মাজুলী, ২৫ ছেপ্টেম্বৰ: স্বাধীনতা সংগ্ৰামী, লোকনাথ বৰগায়নৰ দেহাৱসান। ৯৮ বছৰ বয়সত মাজুলীৰ কমলাবাৰী সত্ৰৰ এইগৰাকী বিশিষ্ট ব্যক্তি তথা নৃত্যশিল্পীয়ে শেষ নিশ্বাস ত্যাগ কৰে। লোকনাথ বৰগায়ন […]
লাহোৱাল আলিমূৰত ভয়ংকৰ পথ দুৰ্ঘটনা, গাড়ী-স্কুটীৰ সংঘৰ্ষত এজন আহত
ডিব্ৰুগড়ৰ লাহোৱাল আলিমূৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। এখন গাড়ী আৰু এখন স্কুটীৰ মাজত হোৱা সংঘৰ্ষত এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ […]
ডিব্ৰুগড়ৰ পৰা তাইৱানলৈ সুৰৰ যাত্ৰা, Neuwaan Caravan-এ প্ৰতিনিধিত্ব কৰিব ভাৰতক
ডিব্ৰুগড়ৰ বাবে গৌৰৱৰ খবৰ। ডিব্ৰুগড়ৰ সন্তান, সংগীতশিল্পী, সুৰকাৰ আৰু মিউজিক ডাইৰেক্টৰ ভাস্কৰ জ্যোতি কোঁৱৰ, যিগৰাকী ‘Neuwaan’ নামেৰে জনপ্ৰিয়, এইবাৰ তাইৱানত অনুষ্ঠিত হ’বলগীয়া Asia Pacific Traditional […]
বগীবিল ব্ৰীজৰ টোলগেটৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা, বাইকৰ ওপৰত বাগৰি পৰিল পিকআপ ভান
বগীবিল ব্ৰীজৰ টোলগেটৰ সমীপত আজি সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে। প্ৰাপ্ত দৃশ্য অনুসৰি, এখন পিকআপ ভান নিয়ন্ত্ৰণহীনভাৱে […]
প্ৰেছ ইনফৰ্মেচন ব্যুৰো, ৰ উদ্যোগত লখিমপুৰত, নিচামুক্ত ভাৰত, পোষণ অভিযান, ৰ বাৰ্তা শীৰ্ষক সাংবাদিক কৰ্মশালা সম্পন্ন।
প্ৰেছ ইনফৰ্মেচন ব্যুৰো গুৱাহাটী ৰ উদ্যোগত বাৰ্তা শীৰ্ষক কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ সাংবাদিক সকলক লৈ অনুষ্ঠিত হয় এই কৰ্মশালা। জিলাৰ আৱৰ্ত ভৱনৰ পেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাৰ […]
