আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ৰূপহী সমষ্টিৰ অন্তৰ্গত ফাকলি গাঁও পঞ্চায়তত আজি বিয়লি আমি এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰোঁ

আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ৰূপহী সমষ্টিৰ অন্তৰ্গত ফাকলি গাঁও পঞ্চায়তত আজি বিয়লি আমি এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰোঁ। আমাৰ লগত জিলা বিজেপিৰ সম্পাদক তুমন সৰকাৰ  অবিচি মৰ্চাৰ উপ-সভাপতি ঋতুৰাজ বৰা ,মণ্ডল সভাপতি ৰফিকুল ইছলাম অগপৰ কাৰ্যকৰ্তা চফিউদ্দিন, ৱাৰ্ড সদস্য ফুজাহিল আহমেদ , বিজেপিৰ সামাজিক মাধ্যমৰ কাৰ্যকৰ্তা ৰাজীৱ সৰকাৰ  সমাজকৰ্মী হবিবুৰ ৰহমান  ছাহানুখ খান, আব্দুল মজিদ  উপস্থিত থাকে।

উপস্থিত ৰাইজৰ সঁহাৰিয়ে আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনত আমাৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা  বিজয় নিশ্চিত কৰিছে।

 

Leave a Reply

BP NEWS Live
Logo Saturday, 19 September 2026
Login / Register