আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি চামগুৰি বিধানসভা সমষ্টিৰ গড়াজান মণ্ডলৰ উদ্যোগত আৰু ছাইদৰীয়া গাঁও পঞ্চায়তৰ সহযোগত তেলিয়াচাপৰি টুপ আদৰ্শ এম ই স্কুলত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা

আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি চামগুৰি বিধানসভা সমষ্টিৰ গড়াজান মণ্ডলৰ উদ্যোগত আৰু ছাইদৰীয়া গাঁও পঞ্চায়তৰ সহযোগত তেলিয়াচাপৰি টুপ আদৰ্শ এম ই স্কুলত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা ঈসমৰ্থনত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ।

এই কাৰ্যসূচীৰ জৰিয়তে দলীয় কাৰ্যকৰ্তা তথা ৰাইজৰ সৈতে আগন্তুক নিৰ্বাচন সন্দৰ্ভত মত-বিনিময় কৰি সাংগঠনিক প্ৰস্তুতিৰ বিভিন্ন দিশত আলোচনা কৰোঁ।

বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি প্ৰতিটো স্তৰত ঐক্যবদ্ধভাৱে কাম কৰি ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত জনসম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে সকলোকে আহ্বান জনাওঁ।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register