আজি উদমাৰী বালুগুটিয়া বজাৰ আৰু শিঙ্গিয়া সমবায় সমিতিৰ প্ৰেক্ষাগৃহত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ নথৈ আনন্দিত হ’লোঁ।

 

  • আজি উদমাৰী বালুগুটিয়া বজাৰ আৰু শিঙ্গিয়া সমবায় সমিতিৰ প্ৰেক্ষাগৃহত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ নথৈ আনন্দিত হ’লোঁ।

দুয়োখন সভাত ৰাইজে আমাৰ প্ৰতি জনোৱা অভূতপূর্ব সমৰ্থন, সঁহাৰি আৰু উৎসাহ-উদ্দীপনাই এইবাৰৰ উপ-নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত বিজেপিৰ বিজয়ৰ পথ যে সুগম – তাকেই প্ৰতিপন্ন কৰিলে।

এনে ব্যাপক সঁহাৰিৰ বাবে সকলোলৈ কৃতজ্ঞতা🙏

📍ৰূপহীহাট বিধানসভা সমষ্টি

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register