আজি নিশা ৯ বজাত বান সাহায্য লৈ কঠীয়াতলীৰ পৰা সামগ্ৰী ভৰ্তি বাহন শিৱসাগৰলৈ অভিমুখে ৰাওনা হ’ব। কঠীয়াতলীবাসী ৰাইজক উপস্থিত থাকিবলৈ বান সাহায্য সমিতিৰ ফালৰ পৰা সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হ’ল।

আজি ৩১ তাৰিখ শুক্ৰবাৰে নিশা ৯ বজাত বান সাহায্য লৈ কঠীয়াতলীৰ পৰা সামগ্ৰী ভৰ্তি বাহন শিৱসাগৰলৈ অভিমুখে ৰাওনা হ’ব। নিশা ঠিক ৯ বজাত নগাঁও জিলা আয়ুক্ত মাননীয় দেৱাশীষ শৰ্মা ছাৰে শুভযাত্ৰা অনুষ্ঠান উদ্বোধন কৰিব। কঠীয়াতলীবাসী ৰাইজক উপস্থিত থাকিবলৈ বান সাহায্য সমিতিৰ ফালৰ পৰা সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হ’ল।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register