কচুৱাত আলিটাঙনি আৰু ৰজাআলিৰ দুই ফৈদৰ মাজত সংঘাত।কচুৱা থানাত পৃথকে পৃথকে ৰুজু কৰিলে গোচৰ।নিশা তিনিআলি বজাৰত গাড়ী ৰখোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ বাক বিতণ্ডাৰ। অৱশেষত সংঘটিত হয় মাৰপিটৰ ঘটনা। পুৱাৰ ভাগত দুয়োপক্ষৰ আলোচনাৰ মাধ্যমেৰে বিষয়টোৰ মিমাংসাৰ বাবে বহা বৈঠকতো মাৰপিটৰ ঘটনা সংঘটিত হোৱাত কচুৱা থানাত দুয়োপক্ষই ৰুজু কৰিলে গোচৰ। ন্যয় বিচাৰি আহ্বান ভুক্তভোগীৰ।
কচুৱাত আলিটাঙনি আৰু ৰজাআলিৰ দুই ফৈদৰ মাজত সংঘাত।কচুৱা থানাত পৃথকে পৃথকে ৰুজু কৰিলে গোচৰ।
