বানাক্ৰান্তৰ দুখ-দুৰ্দশাই স্পৰ্শ কৰিলে কণমানি কিংকৰৰ হৃদয়।

Oplus_16908288

বানাক্ৰান্তৰ দুখ-দুৰ্দশাই স্পৰ্শ কৰিলে কণমানি কিংকৰৰ হৃদয়।

মাত্ৰ ৯ মাহ ধৰি সৰু বাকচত সঞ্চয় কৰি ৰখা ধন বানাক্ৰান্তৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে নগাঁৱৰ কণমানি কিংকৰ খাটনিযাৰে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ জৰিয়তে এই সাহায্যৰাশি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰেৰণ কৰা হয়। কণমানি কিংকৰৰ এই মহানুভৱ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে জিলা আয়ুক্তই।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register