নগাওঁ জিলাৰ জুৰীয়াৰ প্ৰেছ ক্লাৱৰ সংবাদ কৰ্মীৰ দলটোৱে শিৱসাগৰৰ

নগাওঁ জিলাৰ জুৰীয়াৰ প্ৰেছ ক্লাৱৰ সংবাদ কৰ্মীৰ দলটোৱে শিৱসাগৰৰ বানাক্ৰান্ত পৰিয়ালৰ বাবে কিছু পৰিমানৰ সাহাৰ্য্য আগবঢ়াই ।

খাদ্য সামগ্ৰী,ব্লিচিং পাউদাৰ,ফেনাইল ,বস্ত্ৰ ,ছাৰ্ফ,চাবোনৰ লগতে প্ৰয়োজনীয় ঔষধ সামগ্ৰীও যোগান ধৰে জুৰীয়া প্ৰেছ ক্লাৱৰ সংবাদ কৰ্মী দলটোৱে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register