উজনি অসমৰ বানাক্ৰান্তৰ কাষত যমুনামুখৰ যুৱ মঞ্চ উজনি অসমৰ বানপীড়িত লোকসকলৰ দুৰ্দশাৰ সময়ত সহায়ৰ হাত

উজনি অসমৰ বানাক্ৰান্তৰ কাষত যমুনামুখৰ যুৱ মঞ্চ

উজনি অসমৰ বানপীড়িত লোকসকলৰ দুৰ্দশাৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে যমুনামুখৰ যুৱ মঞ্চই। সংগঠনটোৱে খাদ্য সামগ্ৰী, প্ৰয়োজনীয় সামগ্ৰী আৰু মানৱীয় সহায় লৈ বানাক্ৰান্ত অঞ্চললৈ ৰাওনা হয়। এই মহৎ পদক্ষেপে সমাজৰ প্ৰতি যুৱসমাজৰ দায়বদ্ধতা আৰু মানৱতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। যমুনামুখৰ যুৱ মঞ্চৰ এই প্ৰচেষ্টাক অঞ্চলবাসীয়ে আন্তৰিকভাৱে প্ৰশংসা কৰিছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register