কামপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বালিটুপ মাথাউৰি দুৰৱস্থাই জলাকলা খুৱাইছে পথচাৰিক।
বালি ভৰ্তি ডাম্পাৰৰ চলাচলে যাতায়ত পথ বিধ্বস্ত।
উপায়হীন ৰাইজে বন্ধ কৰিবলগীয়া হয় পথছোৱা।
পথছোৱা মেৰামতিৰ আহ্বান স্থানীয় ৰাইজৰ।