বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীৰ কেইবাজনো ব্যক্তি তথা সংস্থাই শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত উজনি অসমৰ দুৰ্দশাগ্ৰস্ত

বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীৰ কেইবাজনো ব্যক্তি তথা সংস্থাই শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত উজনি অসমৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়াই ।

তেওঁলোকৰ এই মহৎ পদক্ষেপৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এই মহৎ প্ৰয়াসে সমাজৰ আন লোকসকলকো সহায়ৰ হাত আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিব বুলি আমি দৃঢ় বিশ্বাসী।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register