চামগুৰি মণ্ডলৰ অন্তৰ্গত মাগুৰমাৰী গাঁও পঞ্চায়তৰ ২৫৩ আৰু ২৫৪ নং বুথত যোগদান কাৰ্যসূচীৰ সভাৰ আয়োজন কৰে।

বিজেপিৰ বৃহৎ পৰিয়াললৈ উষ্ম আদৰণি

  • 📍চামগুৰি মণ্ডলৰ অন্তৰ্গত মাগুৰমাৰী গাঁও পঞ্চায়তৰ ২৫৩ আৰু ২৫৪ নং বুথত যোগদান কাৰ্যসূচীৰ সভাৰ আয়োজন কৰে।

উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে চামগুৰি সমষ্টিৰ ইন-চাৰ্জ সন্মনীয় দাদা Mazibur Rahman, চামগুৰি মণ্ডলৰ সন্মানীয় সভাপতি Ariful Kalamডাঙৰীয়া, মাগুৰমাৰী গাঁও পঞ্চায়তৰ প্ৰভাৰী মাজাহাৰুল ইছলাম বুথ সভাপতি ডাঙৰীয়াৰ লগতে দলীয় সতীৰ্থ তথা কাৰ্যকৰ্তাসকল।

এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ দল ত্যাগ কৰি ৫০ গৰাকীতকৈও অধিক লোকে ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ আৰু সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস ৰ মূলমন্ত্ৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি বিজেপিত যোগদান কৰে।

নতুনকৈ বিজেপি পৰিয়ালত যোগদান কৰা প্ৰতিগৰাকী সহকৰ্মীক আন্তৰিক অভিনন্দন আৰু উষ্ম আদৰণি জনালোঁ। 🙏

চামগুৰি সমষ্টিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটাই নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত উন্নয়ন আৰু জনসেৱাৰ স্বাৰ্থত বিজেপিৰ পক্ষত সমৰ্থন জনাই আহক।

একেলগে আগবাঢ়িম, জনসেৱাৰ সংকল্পৰে।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register