ছেপ্তৰৰ পৰা কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় যুগল প্ৰসাদ গোস্বামী সোঁৱৰণী আমন্ত্ৰনমূলক প্ৰাইজমনী ফুটবল প্ৰতিযোগিতা।

Oplus_16908288

ছেপ্তৰৰ পৰা কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় যুগল প্ৰসাদ গোস্বামী সোঁৱৰণী আমন্ত্ৰনমূলক প্ৰাইজমনী ফুটবল প্ৰতিযোগিতা।অসমৰ আগশাৰীৰ ষোল্লটা দলে যোগদান কৰিব প্ৰতিযোগিতা খনত

কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ২৭ ছেপ্তম্বৰৰ পৰা স্বৰ্গীয় যুগল প্ৰসাদ গোস্বামী সোঁৱৰণী আমন্ত্ৰনমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা খন অনষ্ঠিত হব।এইবাৰ প্ৰতিযোগিতা খন অংশলোৱাৰ বাবে অসমৰ আগশাৰীৰ কেইবাটাও দলৰ লগত যোগাযোগ কৰা বুলি জানিব দিছে কামপুৰ ক্ৰীড়া সন্থাৰ সভাপতি বাবুল বৰাই।ইয়াৰোপৰি অসমৰ বাহিৰৰ নাগালেণ্ড ;শিলংৰো ফুলবল দলৰ লগত যোগাযোগ হৈছে বুলি জানিব দিছে বৰাই।অসমৰ ডিফু ; NRL ;বেটেলিয়নদল ;নগাঁও ;মৰিগাওঁ ;গুৱাহাটী ;তেজপুৰ ;দুলিয়াজান আৰু কাৰ্বি আলংৰ কেইবাটাও দলৰ লগত যোগাযোগ হোৱা বুলিও জানিব দিছে।মুঠ ১৬ টা দলে অংশ লব লগা প্ৰতিযোগিতা খনত সকলোৰে সহায় -সহযোগিতা আৰু উপস্থিতিৰ কামনা কৰিছে উদ্যোগক্তা কামপুৰ ক্ৰীড়া সন্থাই।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register