ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কলাইগাঁৱৰ ৰাজপথত ওলাই আহিল ছাত্ৰ সন্থা

ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কলাইগাঁৱৰ ৰাজপথত ওলাই আহিল ছাত্ৰ সন্থা

ড্ৰাগছ মাফিয়াক নিয়ন্ত্ৰণ কৰক, ড্ৰাগছ মাফিয়াক এনকাউণ্টাৰ কৰক আদি শ্লোগানেৰে কলাইগাঁৱ ৰাজপথ উত্তাল কৰিলে সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই।

ছাত্ৰ সন্থাৰ অভিযোগ ড্ৰাগছ মাফিয়াই ধ্বংস কৰিছে অসমৰ সমাজ জীৱন। সৰুৰে পৰা ডাঙৰলৈ এতিয়া সকলো এতিয়া ড্ৰাগছ সেৱনত আসক্ত। প্ৰয়োজনত আছুই প্ৰশাসনক সহায় কৰিব,প্ৰশাসনে জিলা খনক ড্ৰাগছ মুক্ত কৰিব লাগে।

 ওদালগুৰিৰ পৰা শিৱ প্ৰসাদ দাস।

Leave a Reply

BP NEWS Live
Logo Thursday, 8 October 2026
Login / Register