সময় থাকোতে নিজৰ বাটবোৰ বনাই লব লাগে

আমি মাতৃৰ গৰ্ভৰ পৰা কোনো কাম শিকি নাহো ইয়াক বয়সৰ লগে লগে নিজে শিকিব লাগে। সকলো মানুহে ভিন্ন কাম কৰি ভাল পায় বা ভিন্ন কামৰ প্ৰতি আগ্ৰহী হৈ সেই কামটো শিকিবলৈ চেষ্টা কৰে। কিন্তু কিছুমান ব্যক্তি আছে যিসকলোৰ বয়স যথেষ্টখিনি হৈছে কিন্তু তেওঁলোকে এতিয়াও কোনো কামত নিজক নিয়োজিত কৰা নাই তেওঁলোকে বেকাৰ হৈ ঘুৰি আছে তেওঁলোকে ভৱিষ্যতে কি কৰিব। এতিয়া তেওঁলোকৰ পিতৃ মাতৃ আছে কাৰণে তেওঁলোকে কষ্ট কৰি খুৱাই আছে কিন্তু যেতিয়া তেওঁলোকে এই পৃথিবীৰ পৰা বিদায় লব তেতিয়া তেওঁলোকৰ অৱস্থা কি হব সেইটো হয়তো তেওঁলোকে কল্পনা কৰা নাই। সেই কাৰণে আমি ভৱিষ্যতৰ কথা ভাবি সময় থাকোতে নিজৰ কাম নিজে শিকি লব লাগে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register