আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি চামগুৰি বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়টিৰ শুভ উদ্বোধন কৰোঁ।

আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি চামগুৰি বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়টিৰ শুভ উদ্বোধন কৰোঁ।

ইয়াৰ পিছতেই অনুষ্ঠিত এখনি সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকল তথা স্থানীয় ৰাইজৰ সৈতে উপ-নিৰ্বাচনৰ বিভিন্ন দিশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ।

আগন্তুক উপ-নিৰ্বাচনত ঐক্যবদ্ধভাৱে দলৰ বিজয় নিশ্চিত কৰি উন্নয়নৰ ধাৰা অধিক শক্তিশালী কৰি তুলিবলৈ আমি সংকল্পবদ্ধ।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register