নগাঁও জিলাৰ প্ৰাক্তন জিলা আয়ুক্ত শ্ৰীদেৱাশীষ শৰ্মা, ভাৰতীয় জনতা পাৰ্টীৰ যোগ দান

আজি অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত বিশেষ যোগদান কাৰ্যসূচীত বিশিষ্ট সমাজসেৱক, প্ৰাক্তন জিলা আয়ুক্ত শ্ৰীদেৱাশীষ শৰ্মা, সাংবাদিক শ্ৰীলেনিন সৌৰভ বৰা, শ্ৰীগুঞ্জন কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

দলৰ নীতি-আদৰ্শ আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বৰ প্ৰতি আস্থা প্ৰকাশ কৰি বিজেপি পৰিয়ালত নতুনকৈ যোগদান কৰা প্ৰতিগৰাকী সতীৰ্থকে আদৰণি জনাইছোঁ। তেওঁলোকৰ যোগদানে দলক অধিক শক্তিশালী কৰিব বুলি বিশ্বাসী।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register