আজি বঢ়মপুৰ তিনিআলিত নৱনিৰ্মিত এখন হোটেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকোঁ।

আজি বঢ়মপুৰ তিনিআলিত নৱনিৰ্মিত এখন হোটেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকোঁ। নতুন উদ্যোগৰ জৰিয়তে অঞ্চলটোত বাণিজ্যিক পৰিৱেশ শক্তিশালী হোৱাৰ লগতে যুৱপ্ৰজন্মৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰিলোঁ।

ইয়াৰ পিছতে বঢ়মপুৰত নিৰ্মাণ হৈ থকা সাৰ্বজনীন শ্ৰীশ্ৰী হনুমান মন্দিৰৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লওঁ। মন্দিৰটোৰ নিৰ্মাণকাৰ্য সুচাৰুৰূপে আৰু সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্টসকলৰ সৈতে প্ৰয়োজনীয় আলোচনা কৰোঁ।

Leave a Reply

BP NEWS Live
Logo Saturday, 19 September 2026
Login / Register