আজি ৰূপহী সমষ্টিৰ অন্তৰ্গত ৰূপহী সমষ্টিৰ লোকসভা উপ-নিৰ্বাচনৰ মুখ্য কাৰ্যালয়ত এখন কৰ্মীসভা অনুষ্ঠিত হয়। এই সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা অসম বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা বঢ়মপুৰ সমষ্টিৰ জ্যেষ্ঠ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, নগাঁও জিলা বিজেপিৰ সভাপতি সুৱৰ্ণ সিংঅসম ৰাজ্যিক বিজেপিৰ সম্পাদক অভিজিৎ নাথ p, নবাৰুণ বুঢ়াগোহাঁই ডাঙৰীয়া আৰু বহুকেইজন বিজেপিৰ নেতা-নেত্ৰী উপস্থিত থাকে,আমিও উপস্থিত থাকো। খুব সুন্দৰকৈ কৰ্মীসভাখন অনুষ্ঠিত হয়। এই কৰ্মীসভাত মণ্ডলৰ বিষয়ববীয়া, শক্তি কেন্দ্ৰৰ প্ৰমুখসকল, মৰ্চাৰ সভাপতি, সম্পাদক সকল আৰু আমাৰ বুথৰ সভাপতি সম্পাদক সকল উপস্থিত থাকে। সুন্দৰভাৱে সমাপিত হোৱা এই সভাখনে আগন্তুক লোকসভা উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা বিজয়ৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি নিশ্চিত।
আজি ৰূপহী সমষ্টিৰ অন্তৰ্গত ৰূপহী সমষ্টিৰ লোকসভা উপ-নিৰ্বাচনৰ মুখ্য কাৰ্যালয়ত এখন কৰ্মীসভা অনুষ্ঠিত হয়। এই সভাত ভাৰতীয় জনতা
