নগাঁও লোকসভা উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা ১ অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী ড°@Himanta Biswa Sarma উপস্থিতিত চামগুৰি সমষ্টিৰ বেলতলি ইটাপাৰাত অনুষ্ঠিত হ’বলগীয়া বিশাল ৰাজহুৱা সভাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আজি সভাস্থলী পআগন্তুকৰিদৰ্শন কৰোঁ।
লগতে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ ৰাইজৰ সুবিধা, নিৰাপত্তা আৰু যান-বাহন নিয়ন্ত্ৰণকে ধৰি প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰি প্ৰস্তুতি সময়মতে সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰোঁ।
