কচুৱাত নিৰ্বাচনী প্ৰচাৰত বদৰ উদ্দিন আজমল। যোৱাকালি মনোনয়ন দাখিল কৰি আজি কচুৱা তিনিআলিত ৰাইজৰ মাজত বদৰ উদ্দিন আজমল।

 

কচুৱাত নিৰ্বাচনী প্ৰচাৰত বদৰ উদ্দিন আজমল।

  • যোৱাকালি মনোনয়ন দাখিল কৰি আজি কচুৱা তিনিআলিত ৰাইজৰ মাজত বদৰ উদ্দিন আজমল।

কচুৱাৰ ৰাইজে যাক মৰম কৰে তেওঁৱেই জিকিব।

এক লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ দাবী আজমলৰ।

কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ মাজতে হব মূল যুজঁ।

মুখ্য মন্ত্ৰীৰ লগত সকলোৰে সম্পৰ্ক আছে বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ বদৰ উদ্দিন আজমলৰ।

 

Leave a Reply

BP NEWS Live
Logo Saturday, 19 September 2026
Login / Register