আসন্ন নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও বটদ্ৰৱা সমষ্টিৰ সদৰ মণ্ডলৰ অন্তৰ্গত নগাঁও পৌৰসভাৰ

আসন্ন নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও বটদ্ৰৱা সমষ্টিৰ সদৰ মণ্ডলৰ অন্তৰ্গত নগাঁও পৌৰসভাৰ ১২,১৪আৰু ২০নং মহলাত আজি কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা সৈতে তিনিটাকৈ মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰো। নিৰ্বাচনী কাৰ্যালয় কেইটাৰ মুকলি অনুষ্ঠানত নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰা ডাঙৰীয়া প্ৰমুখ্যে মহলা আয়ুক্ত আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

নিৰ্বাচনী কাৰ্যালয় সমূহৰ মুকলি অনুষ্ঠানত ভোটাৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ লগতে মৰম আৰু আশীৰ্বাদে আমাক অভিভূত কৰি তোলে।

 

 

Leave a Reply

BP NEWS Live
Logo Friday, 25 September 2026
Login / Register