ৰহাৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ দিবলৈ ৰাইজ সম্পূৰ্ণ সাজু হৈছে, ই স্পষ্ট।

 

অগ্ৰগামী ৰহা আমাৰ লক্ষ্য 🙏

আজি ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত দীঘলিআটি, চহৰী আৰু আমচৈ গাঁও পঞ্চায়তৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি সঁচাকৈয়ে আপ্লুত হ’লো। ৰহাৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ দিবলৈ ৰাইজ সম্পূৰ্ণ সাজু হৈছে, ই স্পষ্ট।

আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মাননীয় সাংসদ তথা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, ৰহা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত শশীকান্ত দাস ডাঙৰীয়া, বিজেপিৰ ৰাজ্যিক সম্পাদক শ্ৰী অভিজিৎ নাথ ডাঙৰীয়াকে প্ৰমুখ্য কৰি দলীয় জ্যেষ্ঠ সতীৰ্থসকল আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকে।

আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদৰ বাবে হৃদয়ৰ পৰা ধন্যবাদ।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register