বিধায়ক নুৰুল হুদা পঞ্চায়তে পঞ্চায়তে শিবামণি বৰাৰ হৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে।

বিধায়ক নুৰুল হুদা পঞ্চায়তে পঞ্চায়তে শিবামণি বৰাৰ হৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে। 🗳️ চতিয়ান গাওঁ পঞ্চায়তৰ এই দৃশ্যত ৫ হাজাৰ কৰ্মীৰ সৈতে নিৰ্বাচন সম্পৰ্কে আলোচনা চলিছে। 🤝 সকলোৱে মিলি এক ফলপ্ৰসূ আলোচনা কৰিছে। 🗣️ #নির্বাচন #আলোচনা 

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register