মৰাণহাটত সংঘটিত হোৱা এক চাঞ্চল্যকৰ নাবালিকা অপহৰণৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অপহৰণকাৰী ইছাক খানৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰাৰ লগতে কিশোৰীগৰাকীক উদ্ধাৰৰ দাবী কৰা হৈছে।
চাঞ্চল্যকৰ নাবালিকা অপহৰণ!