নগৰবেৰাৰ টুপামাৰীত ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান  ৯৩ লাখ ৮ হাজাৰ দুইশ টকা, সোণৰ অলংকাৰ, বাহন আৰু বেংকৰ নথি পত্ৰ জব্দ

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।নগৰবেৰাৰ টুপামাৰীত আৰক্ষীৰ বৃহৎ অভিযান। জব্দ ৯৩ লাখ ৮ হাজাৰ দুইশ নগদ টকা, বৃহৎ পৰিমানৰ সোনৰ আ-অলংকাৰ, দুচকীয়া, […]

ছমৰীয়াৰ কুচিয়াদিয়া পথাৰ গাঁৱত চৰকাৰী ভূমিক কেন্দ্ৰ কৰি সংঘাত, কেইবাজনো আহত

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত কুচিয়া দিয়া পথাৰ গাঁৱত চৰকাৰী ভূমিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। সংঘাতৰ সময়ত মাৰপিটৰ […]

শিমলীতোলা চেগুনবাৰীত চাঞ্চল্যকৰ কাণ্ড,  গাঁৱখনৰ এঘৰৰ বাৰাণ্ডাত যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ অভিযোগ 

গোৱালপাৰাৰ শিমলীতোলা চেগুনবাৰী গাঁৱৰ প্ৰয়াত ভৈৰৱ দাসৰ ঘৰত ৰবিবাৰৰ পুৱাতেই এটা মৃতদেহ প্ৰত্যক্ষ কৰি অঞ্চলজুৰি চাঞ্চল্য বিয়পে।অভিযোগ মতে ভৈৰৱ দাসৰ বিধৱা পত্নী কল্যানী দাস মদ […]

চেঙাৰ নিৰালাচৰত ভয়ংকৰ অগ্নিকাণ্ড। প্ৰায় তিনি লক্ষাধিক টকাৰ ক্ষয় ক্ষতি

বৰপেটাৰ জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত নিচানৰচৰ গাঁৱত নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। গাঁওখনৰ ৰহিম বাদশ্বাৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত […]

টুপামাৰীত নিশা আৰক্ষীৰ অভিযান তিনি ছাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ, জব্দ বেংক পাছবুক, এটিএম-কার্ড, মোবাইল ফোন

ৰাজ্যত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ একচন আৰম্ভ। কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত টুপামাৰী আৰক্ষী চকীৰ এলেকাধীন ২ নং টুপামাৰীত (চক বজাৰ) ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে […]

চেঙাৰ আলোপতিচৰত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতি – শান্তিপুৰত আজি আলোপতি আৰক্ষীয়ে এক অভিযান চলাই ড্ৰাগছসহ দুগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব […]

চেঙাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় স্থাপনৰ স্থান পুনৰ বিবেচনাৰ দাবীৰে দক্ষিণ বৰপেটা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

দক্ষিণ বৰপেটা ছাত্ৰ সন্থাই আজি এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। চেঙাৰ বিধায়ক আব্দুৰ ৰহিম হায় হায়, দক্ষিণ বৰপেটা ছাত্ৰ সন্থা জিন্দাবাদ, চেঙা ৰাজহ চক্ৰ […]

নগৰবেৰাৰ পাহাৰপাৰাৰ মন্দিৰত এসপ্তাহত তিনিবাৰকৈ চুৰিকাণ্ড দুৱাৰৰ তলা ভাঙি নগদ ধন, মূল্যৱান সা-সামগ্ৰী লুটপাত দুৰ্বৃত্তৰ

কামৰূপৰ বকো-ছয়গাঁও সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত পাহাৰপাৰাৰ শ্ৰী শ্ৰী বুঢ়াগোহাঁই থানৰ মূল মন্দিৰত যোৱা এসপ্তাহৰ ভিতৰত তিনিবাৰকৈ চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য […]

ৰঙ্গেশ্বৰী পাম-টুপামাৰী বজাৰ সংযোগী পথৰ কদৰ্যময় অৱস্থা যাতায়তৰ নামত নৰক যন্ত্ৰণাত ভুগিছে পথচাৰী

কামৰূপৰ ছমৰীয়া সমষ্টিৰ ভখুৰাদিয়া ৰংঙ্গেশ্বৰী আৰু টুপামাৰী গাওঁ পঞ্চায়ত সংযোগী ৰঙ্গেশ্বৰী পাম গাওঁৰ পৰা টুপামাৰী বজাৰলৈ যোৱা সদাব্যস্ত পথৰ কদৰ্যময় অৱস্থাই যাতায়তৰ নামত দীৰ্ঘদিনৰে পৰা […]

নগৰবেৰাৰ মন্দিৰাত নিষিদ্ধ মাংসক লৈ ৰাইজৰ প্ৰতিবাদ, দুজনক আটক

নগৰবেৰাৰ মন্দিৰাত নিষিদ্ধ মাংসক লৈ ৰাইজৰ প্ৰতিবাদ, দুজনক আটক। ৱাইন চপ’ৰ গইনা লৈ হিন্দু বসতিৰ গাঁৱত গঢ়ি উঠিছে নিষিদ্ধ (গোমাংস) মাংসৰ ৰমৰমীয়া ব্যৱসায়। আজি হাতে-লোটে […]

BP NEWS Live
Logo Tuesday, 29 September 2026
Login / Register